চন্দ্ৰচন্দ্ৰ-বন্ধনী

চন্দ্ৰবিন্দু (Assamese) [ Roman: son.dro.bin.du]
Contributed by: Partha P Sarmah on 2008-11-30
1. (Proper Noun) a nasal sound in Assamese. এটা নাকীসুৰীয়া বৰ্ণ৷ ইয়াক স্বৰ আৰু ব্যঞ্জন এই দুয়োবিধ বৰ্ণৰ ওপৰত লিখা হয় যদিও ই স্বৰবৰ্ণৰ লগতহে উচ্চাৰিত হয়৷ ইয়াৰ ব্যৱহাৰে বহুসময়ত শব্দৰ অৰ্থৰ পৰিবৰ্তন ঘটায়, যেনেঃ ’বঁটা’ আৰু ’বটা’৷

চন্দ্ৰ বিন্দু (Assamese) [ Roman: son.dro bin.du]
Contributed by: Bikram M Baruah on 2007-11-09
2. (Abstract Noun) The sign (ঁ) used to indicate nasal sound in Assamese অসমীয়া ভাষাত নাসিক উচ্চাৰণ সূচোৱা ঁ চিহ্ন